আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।
এই ৰঙালী বিহুত সকলোৰে জীৱন সুখ, শান্তি আৰু মৰমেৰে ভৰি থাকক।

Heartfelt wishes of Rongali Bihu and Assamese New Year to you and your entire family.

#bihu #rongalibihu #assam #bohagbihu